ফা গুনৰ ধূলিয়ৰি আঙুলিত ৰ'দ ওঁঠত আকাশীগংগাৰ বৰ্ষণ কামনা বাসন্তী-বৈভৱৰ শেষৰটো দিনতো ফুলিবলৈ উদবাউল হৈ থকা কলিৰ বাগিচা প্ৰেমৰ বাবে উচৰ্গিত হোৱা বা নোহোৱা বাহসজা কপৌয়ে গীত জুৰা বা নুজুৰা এনেবোৰ দিনতে ক'ৰবাত তুমি বাঁহী এটি হৈ জোকাই থাকা গোটেই আবেলিটো
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।