আজি আকাশখন গোমা গোমা
তৰা এটিও সৰকি পৰিব নোৱাৰা
জাকৰুৱা ডাৱৰৰ ভিৰ,
জোনাকে অলপো সুৰুঙা নাপায় . .
ফাগুনৰ ধূলিয়ৰী বাট চিকুণাবলৈকে
চ'তাইৰ এয়া উছাহ
ব'হাগে যে পদূলিত আহি জিৰায় . .
(৪/২/১১)
তৰা এটিও সৰকি পৰিব নোৱাৰা
জাকৰুৱা ডাৱৰৰ ভিৰ,
জোনাকে অলপো সুৰুঙা নাপায় . .
ফাগুনৰ ধূলিয়ৰী বাট চিকুণাবলৈকে
চ'তাইৰ এয়া উছাহ
ব'হাগে যে পদূলিত আহি জিৰায় . .
(৪/২/১১)
Comments
Post a Comment