Skip to main content

অপ্রাপ্তি

আকাশখন টুকুৰা-টুকুৰকৈ খহিছে
বেলিয়ে পাহৰিছে পোহৰৰ ঠিকনা
বুকুত গধুৰ উশাহ
কাষত মাথোঁ এটা নিসংগ হুমুনিয়াহ
এতিয়া হাঁহিৰ বাঁহী নাবাজে ওঁঠত
কলিজাতে গোট মাৰিলে কলিজাৰ হেঁপাহ

Comments