অ' প্রিয় বন্ধু,
কিয় সোধ মোক কি হৈছে বুলি?
সেয়া জনা হ'লে
ময়ে হ'লোহেঁতেন মোৰ প্রিয় বন্ধু!
"ভালনে?" বুলি তোৰপৰ শুনিলে
সমূলি ভাল নালাগে
মোৰ অসুখৰো আৰম্ভণি হয় তাতেই ...
কিয় সোধ মোক কি হৈছে বুলি?
সেয়া জনা হ'লে
ময়ে হ'লোহেঁতেন মোৰ প্রিয় বন্ধু!
"ভালনে?" বুলি তোৰপৰ শুনিলে
সমূলি ভাল নালাগে
মোৰ অসুখৰো আৰম্ভণি হয় তাতেই ...
Comments
Post a Comment