কাই, তই বিহুত নাহ বুলি খবৰ এটাও নিদিলি
পিন্চিপাল মানুহে দুদিনো নিদিয়েনে ছুটী?
গোটাই থোৱাতে থাকিল আমগছৰ আমৰলি।
পিন্চিপাল মানুহে দুদিনো নিদিয়েনে ছুটী?
গোটাই থোৱাতে থাকিল আমগছৰ আমৰলি।
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment