Skip to main content

অসীমত যাৰ হেৰাল সীমা

সেই ঠাইত থমকি ৰৈছিল সময়
আঁকিবলৈ লৈ অতীত আৰু বর্তমানৰ সীমাৰেখা
বুজাবলৈ লৈ জীৱন আৰু মৃত্যুৰ প্রভেদ
একাকাৰ হৈ গৈছিল ভ্রম আৰু বাস্তৱৰ সংজ্ঞা
অসীমত চাৰিজন লোকৰ সীমা হেৰাইছিল।
(মোৰ অন্যতম প্রিয় উপন্যাস কাঞ্চন বৰুৱাৰ 'অসীমত যাৰ হেৰাল সীমা' পঢ়াৰ অনুভূতিৰে এই খেলিমেলি শাৰীকেইটা লিখিলোঁ।)

Comments

Post a Comment