বুকুত এবুকু হৈছে এৰাবাৰীৰ বেজাৰ
প্রতাৰিত দুচকুত অবিশ্বাসৰ বৰ ভিৰ
তথাপিও পূর্ণ হোৱাৰ আশাত বন্দী অবাক শূণ্যতা
প্রতাৰিত দুচকুত অবিশ্বাসৰ বৰ ভিৰ
তথাপিও পূর্ণ হোৱাৰ আশাত বন্দী অবাক শূণ্যতা
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment