বৰষুণৰ সৈতে মিলনতেই
গাভৰু হয় শুকান পথাৰখন
ভৰপক হয় খেতিয়কৰ সপোন
সুখৰ বাঁহীৰ সুৰ এটা বাজি থাকে
অবিৰাম ..
ফাগুনৰ বৰষুণজাকতে চিকুণ হয়
ভাংফলীয়া নাঙল
(১২/৩/১১)
গাভৰু হয় শুকান পথাৰখন
ভৰপক হয় খেতিয়কৰ সপোন
সুখৰ বাঁহীৰ সুৰ এটা বাজি থাকে
অবিৰাম ..
ফাগুনৰ বৰষুণজাকতে চিকুণ হয়
ভাংফলীয়া নাঙল
(১২/৩/১১)
Comments
Post a Comment