গৰুৰ গা ধুৱাওঁতে ভিজা
তোমাৰ শৰীৰৰ লগত
এক হৈ গৈছিল মোৰ বুকুৰ ধপ্ধপনি
বিমুগ্ধ বিভোৰ চাৱনি
মোৰ উশাহত
নিজেই পাইছোঁ মই বনৰীয়া গোন্ধ
তোমাৰ শৰীৰৰ লগত
এক হৈ গৈছিল মোৰ বুকুৰ ধপ্ধপনি
বিমুগ্ধ বিভোৰ চাৱনি
মোৰ উশাহত
নিজেই পাইছোঁ মই বনৰীয়া গোন্ধ
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment