এটুকুৰা শিল হৈ শুই পৰিম নৈখনৰ বাটত
চোওঁ-নোচোওঁকৈ মোক চুই যোৱা
কল্কল্ শব্দৰ নামহীন চেঁচাত
ঘামি উঠা গৰমবোৰ গলিব
নৈপৰীয়া গছৰ ছাঁই চাকি চাব মোৰ ওঁঠৰ লুণীয়া
অ' মেঘবোৰ,
বেলিটোক পানীত নামিবলৈ নিদিবি
শেলুৱৈৰ লগত মোৰ কথা আছে এতিয়া
চোওঁ-নোচোওঁকৈ মোক চুই যোৱা
কল্কল্ শব্দৰ নামহীন চেঁচাত
ঘামি উঠা গৰমবোৰ গলিব
নৈপৰীয়া গছৰ ছাঁই চাকি চাব মোৰ ওঁঠৰ লুণীয়া
অ' মেঘবোৰ,
বেলিটোক পানীত নামিবলৈ নিদিবি
শেলুৱৈৰ লগত মোৰ কথা আছে এতিয়া
Comments
Post a Comment