Skip to main content

হাইকু৩

বৰষুণজাকে মেৰিয়াই ধৰিলে ৰাতিটোৰ উচ্‌পিচনি বাঢ়ে
উশাহ সেৰেঙা পোহৰত ভেকুলীবোৰে চিঞৰিয়েই থাকে
অহৰহ, গলিটো শুই নপৰালৈকে

Comments