বৰষুণজাক খপ্জপকৈ পৰোঁতেই সাপটোৰ চিক্মিকনি দেখিছিলোঁ
চাকিৰ অকমাণ পোহৰতচোন সি মোৰ ভৰিয়েদি বগাই আহে
নিষিদ্ধতাত তাৰ হেনো দুআঙুল ডুবি চাবৰ মন
চাকিৰ অকমাণ পোহৰতচোন সি মোৰ ভৰিয়েদি বগাই আহে
নিষিদ্ধতাত তাৰ হেনো দুআঙুল ডুবি চাবৰ মন
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment