পপীয়া তৰাৰ হাতত বন্দী ৰাতিটোৰ আয়ুস
বেলিৰ তেজত জ্বলি পোহৰ হোৱাৰ অপেক্ষাত এলান্ধু আন্ধাৰ
কেতিয়া ভাগিব পূবাকাশৰ জঠৰ মৌনব্রত?
বেলিৰ তেজত জ্বলি পোহৰ হোৱাৰ অপেক্ষাত এলান্ধু আন্ধাৰ
কেতিয়া ভাগিব পূবাকাশৰ জঠৰ মৌনব্রত?
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment