বৰষুণজাকক খিৰিকীৰে হাত বাউলি মাতিছিলোঁ
কিন্তু সিহঁতে দেখোন গালে মোৰ উৰুখা পঁজাৰ গান
ভাল নালাগিলেও মই এতিয়া সুৰ মিলাওঁ
কিন্তু সিহঁতে দেখোন গালে মোৰ উৰুখা পঁজাৰ গান
ভাল নালাগিলেও মই এতিয়া সুৰ মিলাওঁ
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment