অ' বাঁহী,
উৰুঙা গধূলি নুশুনাবি তোৰ ভগ্ন হিয়াৰ গান
নীৰৱ হৈয়েই চাকিব খুজিছোঁ
হেৰুৱা দিনৰ সুখৰ অলপমান
আৰু নোজোকাবি চকুৰ পানীক
নালাগে ধুবলৈ ৰং সলোৱা বিষাদ চকুত
লাগি থকা অভিমান
উৰুঙা গধূলি নুশুনাবি তোৰ ভগ্ন হিয়াৰ গান
নীৰৱ হৈয়েই চাকিব খুজিছোঁ
হেৰুৱা দিনৰ সুখৰ অলপমান
আৰু নোজোকাবি চকুৰ পানীক
নালাগে ধুবলৈ ৰং সলোৱা বিষাদ চকুত
লাগি থকা অভিমান
ধুনীয়া কবিতা, ভাল লাগিল।
ReplyDeleteভাল লাগিল পঢ়ি ।
ReplyDeleteবহুত ধন্যবাদ..।
ReplyDelete