শব্দহীন শব্দবোৰ সামৰি-সুতৰি
দুই বেঞ্চ আঁতৰৰপৰা
চাই আছিলোঁ----
তোমাৰ চুলিত লৰ্ফৰ্ বতাহৰ আঙুলি
অনামিকা কবিতা এটাই
কূটা কঢ়িয়াই বাহ সাজি আছিল
হঠাত্ উঠি গ'লা তুমি
এই যেন উৰি গ'ল
এজাক ধান বুটলা ভাটৌ
এপথাৰ তন্ময়তা ভাঙি
দুই বেঞ্চ আঁতৰৰপৰা
চাই আছিলোঁ----
তোমাৰ চুলিত লৰ্ফৰ্ বতাহৰ আঙুলি
অনামিকা কবিতা এটাই
কূটা কঢ়িয়াই বাহ সাজি আছিল
হঠাত্ উঠি গ'লা তুমি
এই যেন উৰি গ'ল
এজাক ধান বুটলা ভাটৌ
এপথাৰ তন্ময়তা ভাঙি
Comments
Post a Comment