বহুদিন ধৰি দেখা নাই প্রখৰ বেলিৰ তেজ
ৰ'দলৈ মোৰ হেঁপাহ বাঢ়িছে
আকাশলৈ মু কৰি ৰৈ আছে
জুৰুলি-জুপুৰি হাবিখন
ভিজা চোতালৰ মুখ
সেমেকা বনবোৰ
আৰু
খেৰ-বাঁহৰ উৰুখা পঁজাটোৰ দুখ।
(২০/৭/১১)
ৰ'দলৈ মোৰ হেঁপাহ বাঢ়িছে
আকাশলৈ মু কৰি ৰৈ আছে
জুৰুলি-জুপুৰি হাবিখন
ভিজা চোতালৰ মুখ
সেমেকা বনবোৰ
আৰু
খেৰ-বাঁহৰ উৰুখা পঁজাটোৰ দুখ।
(২০/৭/১১)
Comments
Post a Comment