ইমান পুৱাতে নিয়ৰ ভাঙি আহিলো বহুদূৰ
বিচাৰি নাপালো ক'ত ফুলিছে সুগন্ধি বনফুল,
কি চৰায়ে গাইছে ৰ'দৰ গান,
কেনি এঙামুৰি দি উঠে
মৌ বৰষা চিনাকি সুৰ।
বিচাৰি নাপালো ক'ত ফুলিছে সুগন্ধি বনফুল,
কি চৰায়ে গাইছে ৰ'দৰ গান,
কেনি এঙামুৰি দি উঠে
মৌ বৰষা চিনাকি সুৰ।
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment