চকুৱে চকুৱে মিতিৰ পাতোঁতে
যেতিয়া
পলক পেলোৱা তুমি
এনে লাগে
এই যেন সৰিল নিয়ৰ এমুঠি
ঘাঁহডৰাত যেনি-তেনি
যেতিয়া
পলক পেলোৱা তুমি
এনে লাগে
এই যেন সৰিল নিয়ৰ এমুঠি
ঘাঁহডৰাত যেনি-তেনি
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment