জানো মই, তয়ো জান--
ঠুনুকা নহয় তেজৰ সম্পর্ক
কিন্তু প্রমাণ কৰিবি কিদৰে
এই অবিনাশী সত্য?
অহমিকাৰ আঁৰত
চকুৰ পানী গুপুতে উতলে
ফাঁটমেলা কলিজাত
উজাগৰ যন্ত্রণা জ্বলে
জানো মই, তয়ো জান।
(কাৰোবালৈ, যাক মই খুব ভাল পাওঁ)
১০/৮/২০১১
ঠুনুকা নহয় তেজৰ সম্পর্ক
কিন্তু প্রমাণ কৰিবি কিদৰে
এই অবিনাশী সত্য?
অহমিকাৰ আঁৰত
চকুৰ পানী গুপুতে উতলে
ফাঁটমেলা কলিজাত
উজাগৰ যন্ত্রণা জ্বলে
জানো মই, তয়ো জান।
(কাৰোবালৈ, যাক মই খুব ভাল পাওঁ)
১০/৮/২০১১
Comments
Post a Comment