তোমাৰ ঢৌখেলা চুলিয়েদি
লাহেকৈ পিছলি পৰে
বতাহে অঁকা এটি কবিতা
তুমি
দুচকুৰে আৱৰি থোৱা
আঁউসীৰ নীলিম জোন
হাতৰ মুঠিত সামৰি থোৱা
এপথাৰ জোনাকী
তুমি এবাৰ চালেই
মেঘ ফালি সৰি সৰি পৰে তৰা
থান-বান হয় আন্ধাৰ এডৰা
ধৰ্ফৰাই উঠে কলিজাৰ বাটচৰা।
লাহেকৈ পিছলি পৰে
বতাহে অঁকা এটি কবিতা
তুমি
দুচকুৰে আৱৰি থোৱা
আঁউসীৰ নীলিম জোন
হাতৰ মুঠিত সামৰি থোৱা
এপথাৰ জোনাকী
তুমি এবাৰ চালেই
মেঘ ফালি সৰি সৰি পৰে তৰা
থান-বান হয় আন্ধাৰ এডৰা
ধৰ্ফৰাই উঠে কলিজাৰ বাটচৰা।
Comments
Post a Comment