শীর্ণ, জৰাজীর্ণ, ভোকাতুৰ
পদপথৰ দৰিদ্রতাও হ'ব পাৰে
স্বাধীনতাৰ সংজ্ঞা
হ'ব পাৰে ছটা দশকজোৰা
ছদ্মবেশী বঞ্চনাও
নতুবা
খোজেপতি প্রাণৰ অন্তহীন সংশয়,
আকাশ চাবলৈ ওপজা শংকা
হ'ব পাৰে স্বাধীনতাৰ সময়োপযোগী সংজ্ঞা।
পদপথৰ দৰিদ্রতাও হ'ব পাৰে
স্বাধীনতাৰ সংজ্ঞা
হ'ব পাৰে ছটা দশকজোৰা
ছদ্মবেশী বঞ্চনাও
নতুবা
খোজেপতি প্রাণৰ অন্তহীন সংশয়,
আকাশ চাবলৈ ওপজা শংকা
হ'ব পাৰে স্বাধীনতাৰ সময়োপযোগী সংজ্ঞা।
Comments
Post a Comment