মাছলৈ জোপ লোৱা
বগলী এটাৰ ভাঁজত
মোৰ পথৰুৱা শব্দ
বোকাৰ গোন্ধ এটা লিখি পেলোৱাৰ অলস চেষ্টাত
আঙুলিবোৰে 'কিপেড'ত খোজকাঢ়ি আছে
ন-আলিৰে আহিলে
মেঘে জোকোৱা পথাৰ চাবলৈ ভাল।
বগলী এটাৰ ভাঁজত
মোৰ পথৰুৱা শব্দ
বোকাৰ গোন্ধ এটা লিখি পেলোৱাৰ অলস চেষ্টাত
আঙুলিবোৰে 'কিপেড'ত খোজকাঢ়ি আছে
ন-আলিৰে আহিলে
মেঘে জোকোৱা পথাৰ চাবলৈ ভাল।
Comments
Post a Comment