সময়, মাথোঁ এবাৰ থমকি ৰ' . . .
শেষবাৰলৈ চাই লওঁ এপলক
অতীতগামী মোৰ তেজাল বর্ত্তমান
দিগন্তত সৌৱা বিষণ্ন অস্তগামী সূর্য্য
শেষবাৰলৈ চাই লওঁ এপলক
অতীতগামী মোৰ তেজাল বর্ত্তমান
দিগন্তত সৌৱা বিষণ্ন অস্তগামী সূর্য্য
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment