অ' মোৰ প্রিয় গীত,
পাহৰি নাযাবি মোৰ ওঁঠৰ ঠিকনা
হেৰাই নাযাবি মোৰ
প্রিয় ৰং, প্রিয় সুৰ আৰু
প্রিয় শব্দেৰে সজা প্রিয় কবিতা
বেলি লহিয়াবলৈ এতিয়াও বহুপৰ।
পাহৰি নাযাবি মোৰ ওঁঠৰ ঠিকনা
হেৰাই নাযাবি মোৰ
প্রিয় ৰং, প্রিয় সুৰ আৰু
প্রিয় শব্দেৰে সজা প্রিয় কবিতা
বেলি লহিয়াবলৈ এতিয়াও বহুপৰ।
Comments
Post a Comment