স্বপ্নলোকত এতিয়া সূর্য্যাস্ত
অনমনীয় দিঠকৰ সৈতে চিৰন্তন সহবাসৰ পুনঃ আখৰা
দুচকুত নিতাল মাৰি পৰি থাকে
কল্পনাৰ আমেজৰ শতছিন্ন টুকুৰা
অনমনীয় দিঠকৰ সৈতে চিৰন্তন সহবাসৰ পুনঃ আখৰা
দুচকুত নিতাল মাৰি পৰি থাকে
কল্পনাৰ আমেজৰ শতছিন্ন টুকুৰা
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment