গোটেই আকাশ জুৰি বেলিৰ স্বর্ণিম তেজ
স্পর্শ কৰি চোৱাৰ আকাংক্ষাৰে
ওপৰমুৱা গছৰ আগলিটোতে
লহপহকৈ মোৰো হেঁপাহ বাঢ়ে
আঙুলিত মোৰ যিদিনাই আকাশৰ ৰং লাগিব
সেইদিনাই মই তললৈ চকু ফুৰাই চাম।
স্পর্শ কৰি চোৱাৰ আকাংক্ষাৰে
ওপৰমুৱা গছৰ আগলিটোতে
লহপহকৈ মোৰো হেঁপাহ বাঢ়ে
আঙুলিত মোৰ যিদিনাই আকাশৰ ৰং লাগিব
সেইদিনাই মই তললৈ চকু ফুৰাই চাম।
Comments
Post a Comment