দোভাগ ৰাতি সাৰ পায়
মোৰ প্রতিটো আধালিখা কবিতা
কোনোবা অপেস্বৰীৰ সেমেকা ওঁঠত
পূর্ণাবয়ৱ পোৱাৰ অলস আশা এটাত বন্দী
মোৰ প্রতিটো আধাকেঁচা গীতৰ কলি
বুকুৰ মৰুদ্যান এখনত
উশাহ নসলোৱাকৈ বাজিবলৈ ধৰে
সাঁচিপাতৰ বয়সৰ সেউজীয়া বাঁহী
মোৰ প্রতিটো আধালিখা কবিতা
কোনোবা অপেস্বৰীৰ সেমেকা ওঁঠত
পূর্ণাবয়ৱ পোৱাৰ অলস আশা এটাত বন্দী
মোৰ প্রতিটো আধাকেঁচা গীতৰ কলি
বুকুৰ মৰুদ্যান এখনত
উশাহ নসলোৱাকৈ বাজিবলৈ ধৰে
সাঁচিপাতৰ বয়সৰ সেউজীয়া বাঁহী
Comments
Post a Comment