যেতিয়াই সেই চিৰ দৰদী কণ্ঠই সাৰ পায়
সোণালী বৰষুণ এজাকে সেমেকাই তোলে আকাশ
সেউজীয়া আঙুলিৰে সুৰ এটাই মোক দাঙি লৈ যায়
গীতটোৰ গভীৰৰপৰা গভীৰতম ঠাইলৈ
আপোন মাটিৰ আলসুৱা গোন্ধ এটাই
মূৰৰপৰা ভৰিলৈকে মেৰিয়াই ধৰে
আন্দোলিত হয় স্পর্শকাতৰ অনুভূতি
সোণালী বৰষুণ এজাকে সেমেকাই তোলে আকাশ
সেউজীয়া আঙুলিৰে সুৰ এটাই মোক দাঙি লৈ যায়
গীতটোৰ গভীৰৰপৰা গভীৰতম ঠাইলৈ
আপোন মাটিৰ আলসুৱা গোন্ধ এটাই
মূৰৰপৰা ভৰিলৈকে মেৰিয়াই ধৰে
আন্দোলিত হয় স্পর্শকাতৰ অনুভূতি
Comments
Post a Comment