পাথৰৰ কঠিন বুকুতো শেলুৱৈ গজে
সিহঁতেও কথা ক'ব খোজে
ৰ'দ সহিব নোৱাৰাৰ দুখত
সেমেকি থাকে সিহঁত
এখন সেউজীয়াৰ অৰণ্যৰ
সৃষ্টিৰ আৰম্ভণি হয় তাতে..
(অন্তৰংগ বন্ধু তথা সহপাঠী ধ্রুৱজ্যোতি বৰাৰ হাতত)
সিহঁতেও কথা ক'ব খোজে
ৰ'দ সহিব নোৱাৰাৰ দুখত
সেমেকি থাকে সিহঁত
এখন সেউজীয়াৰ অৰণ্যৰ
সৃষ্টিৰ আৰম্ভণি হয় তাতে..
(অন্তৰংগ বন্ধু তথা সহপাঠী ধ্রুৱজ্যোতি বৰাৰ হাতত)
Comments
Post a Comment