বাক চৰাই এটাই কন্দুৱাই থৈ গ'ল এঙেৰুৱা আকাশ
ঈদৰ জোনটো হেৰুওৱাৰ দুখত লগৰীয়া ছাঁও লুকাল
এপথাৰ নিলগত সেয়া বাঁহ ফুটাৰ শব্দ
নিয়ৰৰ সৈতে দুখবোৰ সৰি আছে টোপাটোপে
লুইতৰ দুয়োপাৰে গোট মাৰি আছে বৰফ-চেঁচা বিষাদ
ঈদৰ জোনটো হেৰুওৱাৰ দুখত লগৰীয়া ছাঁও লুকাল
এপথাৰ নিলগত সেয়া বাঁহ ফুটাৰ শব্দ
নিয়ৰৰ সৈতে দুখবোৰ সৰি আছে টোপাটোপে
লুইতৰ দুয়োপাৰে গোট মাৰি আছে বৰফ-চেঁচা বিষাদ
Comments
Post a Comment