কুঁৱলীৰে মুখ ঢাকি বাহিৰত তৰাবোৰ কঁপে
ডিঙিলৈকে মেৰাই লওঁ আন্ধাৰৰ নিহালী
মৌনতাৰ নিয়ৰ সৰে এটোপ-দুটোপ
সাৰে থাকে এপাহ ৰাতি ফুলা ফুল
সাৰে থাকে অগা-ডেৱা সোঁৱৰণিৰ অযুত বর্ণালী।
ডিঙিলৈকে মেৰাই লওঁ আন্ধাৰৰ নিহালী
মৌনতাৰ নিয়ৰ সৰে এটোপ-দুটোপ
সাৰে থাকে এপাহ ৰাতি ফুলা ফুল
সাৰে থাকে অগা-ডেৱা সোঁৱৰণিৰ অযুত বর্ণালী।
Comments
Post a Comment