Skip to main content

ঈশ্বৰ

তুমি ঈশ্বৰ এইবাবেই
কাৰণ
তুমি নাজানা, নুবুজা,
অনুভৱ কৰিব নোৱাৰা, নোখোজা
যে----
মানুহৰ যাতনাৰো সীমা থকা উচিত।

Comments