(১)
কুহুমীয়া আবেলিটোৰ লগ নাই
চোতালেদি পাৰ হয় বতাহ
শেষ পাতখিলাত প্রতিশ্রুতি
(২)
আকাশৰ ৰং দুটা
মূধচত দুযোৰ শালিকা
মাটিত নাথাকে দুভৰি
(৩)
বাঁহবোৰে সাৰ পালে
গৰু অহাৰ বাটছোৱা ধূলি
বুকুত পিয়াহ
কুহুমীয়া আবেলিটোৰ লগ নাই
চোতালেদি পাৰ হয় বতাহ
শেষ পাতখিলাত প্রতিশ্রুতি
(২)
আকাশৰ ৰং দুটা
মূধচত দুযোৰ শালিকা
মাটিত নাথাকে দুভৰি
(৩)
বাঁহবোৰে সাৰ পালে
গৰু অহাৰ বাটছোৱা ধূলি
বুকুত পিয়াহ
Comments
Post a Comment