মাজৰাতি সাৰ পাই
শৰালীৰ মাত শুনিলোঁ
আকাশত আজিও একেই ডাৱৰ
ভাঙি যোৱা সপোনত
তোৰে সৈতে কথা
ছিৰালফটা বুকুত অপেক্ষাৰ উম থাকে
আজিও বৰষুণ আহে বা নাহে!
শৰালীৰ মাত শুনিলোঁ
আকাশত আজিও একেই ডাৱৰ
ভাঙি যোৱা সপোনত
তোৰে সৈতে কথা
ছিৰালফটা বুকুত অপেক্ষাৰ উম থাকে
আজিও বৰষুণ আহে বা নাহে!
Comments
Post a Comment