বিহুলৈকে বাট চাই আছোঁ
মলিয়াই থকা আমজোপাৰ তলৰপৰা
কুলিৰ খহি পৰা মাত এটা বুটলিছোঁ
প্রণয়কাতৰ পখীৰ হিয়াৰ বাতৰি পঢ়িছোঁ
বুকুৰ সোঁমাজতে অস্থিৰ ভোগদৈ
ফেনে-ফুটুকাৰে এই বাঢ়ে এই কমে
গৰু-গা ধুৱাওঁতে তোকো তিয়াই পেলাবলে'
তোৰে ঘৰৰ বাৰীৰ আমৰলি ভাঙিবলে'
বছৰেকৰ বিহুটোলৈকে বাট চাই আছোঁ
মলিয়াই থকা আমজোপাৰ তলৰপৰা
কুলিৰ খহি পৰা মাত এটা বুটলিছোঁ
প্রণয়কাতৰ পখীৰ হিয়াৰ বাতৰি পঢ়িছোঁ
বুকুৰ সোঁমাজতে অস্থিৰ ভোগদৈ
ফেনে-ফুটুকাৰে এই বাঢ়ে এই কমে
গৰু-গা ধুৱাওঁতে তোকো তিয়াই পেলাবলে'
তোৰে ঘৰৰ বাৰীৰ আমৰলি ভাঙিবলে'
বছৰেকৰ বিহুটোলৈকে বাট চাই আছোঁ
Comments
Post a Comment