চেনেহী 'ম',
তোমাৰ ফেঁচাটোৰ ঠেঙে তোমাৰ বাতৰি এইমাত্রহে পালো । মই সদায় কাষতেইটো আছোঁ ।
যোৱাৰাতি বেছিকৈ ফাগুন ফাগুন লাগিছিল । তোমাৰ নামটো তৰাবোৰে বাৰে বাৰে আঁকিছিল । উৰা মাৰোঁ বুলি ভাবি আছোঁ দুই-এদিনতে আজৰি হৈ । মন উৰুঙা, জানাই । বাকী সকলোবোৰ কুশল । চুমা এটা বান্ধি দি পথালোঁ, নিশাহে খুলিবা গোপনে । উত্তৰৰ লগত যোৱা বছৰৰ আমি একেলগে কটোৱা স্মৃতি এপিয়লা পথাবাচোন । তোমাৰ চিঠিলৈ বাট চোৱাটো সদায় মোৰ বাবে ভাল লগা কাম ।
অযুত চেনেহেৰে তোমাৰেই 'চ'

Comments
Post a Comment