বন-ঢেকীয়াৰ কলপতীয়া হাবিডৰাত
এজাক ধাৰাসাৰ বৰষুণৰ পিছৰ মৌনতা
নুৰ খাই থকা কুমলীয়া আগ এটাৰ পৰা
টুপকৈ টোপাল এটা সৰিল
ঘনে ঘনে বিজুলী চমকি উঠা আকাশ
কোনোবাই ক'লে, "জগন্নাথ উপজিল।"
প্ৰিয় মানুহবোৰৰ সৈতে কৰা আলাপ অথবা তেওঁলোকৰ বিযয়ে পতা অন্তহীন কথাবোৰকেই বুটলি আনিছোঁ ব্ল'গলৈ।
Comments
Post a Comment